November 27, 2025 1:05 PM

views 26

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নির্মাতাই অংশ ল'ব। কালি এই মহোৎসৱত দুখন অসমীয়া চলচ্চিত্র ভাইমন দা আৰু পত্ৰলেখাৰ পুনৰ প্ৰদৰ্শন কৰা হয়। লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত পামদিঅ'ৰ বঁটা লাভ কৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট ৱাজ জাষ্ট এন এ...

November 20, 2025 12:50 PM

views 34

আজিৰে পৰা গোৱাত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত

গোৱাত আজিৰে পৰা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI অনুষ্ঠিত হ'ব। এইবাৰো এই মহোৎসবে ইউনিচেফৰ সহযোগিতাত কাহিনীৰ জৰিয়তে শৈশৱৰ বিভিন্ন দিশ উদযাপন কৰিব। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এইবাৰৰ এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ ৫ খন ব্যতিক্রমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিব। এইবাৰ দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্র প্রদর্শন কৰা হ'ব।

November 28, 2024 12:02 PM

views 14

গোৱা অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অন্তিম দিন

গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব৷ আজি অন্তিম দিনা যুৱপ্ৰজন্ম আৰু চিনেমা বিষয়ত কলা একাডেমীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে চেক-ইংৰাজী আৰু জাৰ্মান ভাষাত নিৰ্মিত বহদান শ্লামাই পৰিচালনা কৰা ড্রাই চিজন শীর্ষক চিনেমাখন সামৰণি চিনেমা হিচাপে প্ৰদৰ্শন কৰা হ'ব। উল্লেখযোগ্য যে, চলিত বছৰত অসমীয়া ভাষাৰ তিনিখন চিনেমা ভাৰতীয় পেনোৰমালৈ নিৰ্বাচিত হৈছিল । ইয়াৰ ভিতৰত যদুমণি দত্তই পৰিচালনা কৰা জুইফুল ছবিখন ইউনেস্ক’ গান্ধী মেডেলৰ কাৰণে প্ৰতিযোগিতা শিতানত ...