December 23, 2025 12:34 PM
24
গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভৰ বাবে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জে পি নাড্ডা-অমিত শ্বাহৰ অভিনন্দন
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু দলৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত শ্ৰীনাড্ডাই পঞ্চায়ত নিৰ্বাচনত বিজেপি তথা ইয়াৰ মিত্ৰজোঁট মহাৰাষ্ট্রবাদী গোমান্তক পাৰ্টী- এম জি পিৰ ওপৰত আস্থা ৰখাৰ বাবে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰে। শ্রীনাড্ডাই লগতে কয়, যে এই বিজয়ে সু-শাসন, উন্নয়নচালিত নীতি আৰু দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰতিফলিত কৰিছে। কে...