May 10, 2025 8:36 PM

views 15

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিক ৰূপে কাম-কাজ চলি আছে : কৰ্তৃপক্ষ

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিক ৰূপে কাম-কাজ চলি আছে। বিমানবন্দৰৰ জনসম্পৰ্কৰক্ষী বিভাগে আকাশবাণীলৈ পঠোৱা এটা বিবৃতিত কয়, যে সাম্প্ৰতিক পৰিস্থিতিত বর্ধিত নিৰাপত্তাজনিত ব্যৱস্থাৰ বাবে যাত্ৰীসকলে বিমানবন্দৰত পূৰ্বতকৈ অধিক সময় দিবলগীয়া হোৱা হেতুকে তেওঁলোকে যাত্ৰাৰ পৰিকল্পনা কৰোতে এই দিশত মন দিব লাগে। বিমানবন্দৰৰ কৰ্তৃপক্ষই যাত্ৰাৰ পূৰ্বে সংশ্লিষ্ট বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ কৰি ল'বলৈ যাত্ৰীসকলক আহ্বান জনাইছে। যিকোনো ধৰণৰ অকৰ্তৃত্বশীল বাতৰিৰ ...