December 7, 2024 12:44 PM December 7, 2024 12:44 PM

views 2

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি যক্ষ্মা নির্মূল অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান

দেশত যক্ষ্মা ৰোগত আক্ৰান্ত আৰু এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্যজুৰি যক্ষ্মা নির্মূল অভিযানৰ আজি শুভাৰম্ভ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আজি অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থকাৰ লগতে বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অতুল বৰাইও অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অভিযানৰ অধীন...