April 13, 2025 7:29 PM
গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক ৰ’ব’টিক ছাৰ্জাৰী ব্যৱস্থা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি ৰোগীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক ৰব'টিক চাৰ্জাৰী ব্যৱ...