December 3, 2025 8:55 PM December 3, 2025 8:55 PM
2
গুৱাহাটী পৌৰ নিগমৰ শিবিৰ মুকলি
গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আজি গুৱাহাটী পৌৰ নিগমে এটা শিবিৰ মুকলি কৰে। এখন সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ৩১ ডিচেম্বৰলৈ মুকলি থাকিবলগীয়া এই শিবিৰত ৰাইজে সহজে গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। পুৰ্বে এনে প্ৰমাণপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত পলম হোৱা বুলি উত্থাপিত অভিযোগসমূহৰ ভিত্তিত এনেধৰণে বিশেষ শিবিৰ মুকলি কৰি প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৰ বৃদ্ধি নকৰাকৈ পৌৰ নিগমে ৰাজহ সংগ্ৰহৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত তেওঁ সংবা...