September 5, 2024 12:17 PM

views 11

অহা বছৰৰ ১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত মণ্ডপমত গোলকীয় বস্ত্ৰ প্ৰদৰ্শনী-ভাৰত টেক্স ২০২৫

কেন্দ্ৰীয় বস্ত্রমন্ত্রী গিৰিৰাজ সিঙে কৈছে যে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগ ৩৫০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। কালি নতুন দিল্লীত ভাৰত টেক্স ২০২৫ৰ উন্মোচন অনুষ্ঠান সম্বোধন কৰি তেঁও কয় যে, ইয়াৰ ফলত দেশত ৩ কোটি ৫ লাখ নতুন চাকৰি সংযোজন হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত ব্ৰেণ্ড আৰু সেউজ বহনক্ষম বস্ত্ৰ সামগ্ৰীৰ দ্বাৰা ভাৰতে গোলকীয় পৰ্যায়ত স্বীকৃতি লাভৰ আশা প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্পৰ পিএলআই আঁচনিখনে বস্ত্র উদ্যোগক উৎপাদন বৃদ্ধি আৰ...