October 3, 2024 12:19 PM

views 27

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমানৰ উৰণত বিলম্ৱ

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমান ভ্রমণত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে। ফ্লাইটৰাডাৰ-24ৰ তথ্য অনুসৰি, বিশ্বজুৰি বিমান পথৰ পৰিৱৰ্তন বা বিমান বাতিল কৰিবলগীয়া হোৱাৰ বিপৰীতে লেবানন, ইজৰাইল আৰু কুৱেইটৰ আঞ্চলিক বিমানবন্দৰসমূহত দীৰ্ঘসময়লৈ উৰণ বিলম্ব কৰিবলগীয়া হৈছে। ইপিনে শেহতীয়া ঘটনাপ্রবাহ সন্দৰ্ভত ইউৰোপীয় কেন্দ্ৰীয় বিমান সুৰক্ষা সংস্থাই (ইএএছএ) সকলো ইউৰোপীয় বিমান সেৱাক ইৰানৰ আকাশসীমা এৰাই চলিবলৈ পৰামৰ্শ দিছে। মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণ আৰু ইজৰাইলে সেই আক্ৰমণৰ...