December 27, 2024 5:41 PM

views 13

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোন সিঙৰ মৃত্যুত বিশ্বৰ বিভিন্ন নেতাৰ শোক প্ৰকাশ

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোন সিঙৰ মৃত্যুত বিশ্বৰ বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে। মার্কিন ছেক্রেটেৰী অব ষ্টেট এণ্টনি ব্লিংকেনে প্রাক্তন প্রধানমন্ত্ৰী গৰাকীক ভাৰত-মার্কিন সম্পৰ্কৰ এগৰাকী প্ৰধান খনিকৰ বুলি উল্লেখ কৰে আৰু দুয়ো দেশৰ মাজত কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত ড০ মনমোহন সিঙৰ ভূমিকাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ড০ সিঙে সূচনা কৰা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ বাবেই দেশখনৰ অৰ্থনৈতিক প্রগতি ত্বৰান্বিত হৈছিল বুলিও ব্লিংকেনে মন্তব্য কৰে। ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা-দি ছিলভাই তেওঁৰ শোকবার্তাত ভা...