March 31, 2024 7:33 PM

views 37

অসমৰ ১২ বিধ সামগ্ৰীৰ জি আই টেগ লাভ

অসমৰ ১২ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰিছে। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পক জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জথা, গগণা, খাম, চেৰচা আৰু চিফুঙেও জি আই টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিয়েও এই টেগ লাভ কৰিছে। জি আই টেগ লাভ কৰাৰ পাছতে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৈতে জড়িত লোকসকল উৎফুল্লিত হৈ পৰিছে। অসম সমবায় কঁহাৰ সংস্থাৰ সম্পাদক তথা কাঁহ শিল্পী মনোজ ...