November 18, 2025 8:14 PM

views 26

আন্তর্জাতিক গীতা মহোৎসৱত সাম্প্রতিক বিশ্বত ভাগৱত গীতাৰ প্ৰাসংগিকতা শীর্ষক আলোচনা চক্ৰ

আন্তর্জাতিক গীতা মহোৎসৱ উদযাপনৰ অংশ হিচাপে নেপালৰ কাঠমাণ্ডুত থকা ভাৰতৰ দূতাবাসে সাম্প্রতিক বিশ্বত ভাগৱত গীতাৰ প্ৰাসংগিকতা শীর্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰে। নেপাল, সংস্কৃতি বিশ্ববিদ্যালয় আৰু ত্রিভুবন বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপকে গীতাৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। তেওঁলোকে ভাগৱত গীতাৰ অন্তহীন জ্ঞান আৰু আধুনিক যুগত ইয়াৰ প্রাসংগিকতা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ত্রিভুবন বিশ্ববিদ্যালয় সংস্কৃত বিভাগৰ মুৰববী অধ্যাপক ড০ নাৰায়ণ প্রসাদ গৌতমে কয়, যে ঋষি বেদব্যাসে কুৰুক্ষেত্ৰৰ যুদ্ধ...