January 24, 2025 4:35 PM
29
দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন
সমগ্ৰ দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে। সমাজত কন্যা শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। এই দিৱস উদযাপনে প্ৰতিগৰাকী কন্যা শিশুক মর্যাদা প্রদান কৰাৰ লগতে বিকাশ, শিক্ষা আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সমানে সুযোগ লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনৰ কথা সোঁৱৰাই আহিছে। এনে প্রয়োজনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত বেটি বচাও, বেটি পঢ়াও আঁচনি আৰম্ভ ক...