October 21, 2024 12:29 PM

views 24

বাগৰুম্বাৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’বলৈ সদৌ অসম বাথৌ মহাসভাৰ প্ৰচেষ্টা

সদৌ অসম বাথৌ মহাসভাই ৰাজ্যৰ অন্যতম জনগোষ্ঠী বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বাৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ প্ৰচেষ্টা হাতত লৈছে। মুঠ ৪০ হাজাৰ নাচনীয়ে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ একেলগে নৃত্য প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে আখৰা চলি আছে। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ ডোঙাবড়ীত কালিৰে পৰা প্ৰায় ৫০০ৰো অধিক যুৱতীক বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে। চূড়ান্ত প্ৰদৰ্শনৰ দিন এতিয়া ঠিৰাং হোৱা নাই বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ...