September 15, 2024 11:31 AM

views 13

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ অসমৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰ্যালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদে ৰাজ্যৰ গিবন অভয়াৰণ্যত তৈল খননৰ অনুমতি প্রদান কৰিছে। বেদান্ত তেল আৰু গেছ কোম্পানীক গিবন অভয়াৰণ্যৰ ৪.৪-৯ হেক্টৰ ভূমিত তৈল খননৰ অনুমতি প্ৰদান কৰা হৈছে। যোৰহাটৰ হোলোঙাপাৰৰ গিবন অভয়াৰণ্যত প্রতিষ্ঠানটোক তৈল খনন চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে প্রথম পৰ্যায়ৰ সেউজ সংকেত প্রদান কৰে। উল্লেখযোগ্য যে দেশৰ হলৌ বান্দৰৰ একমাত্ৰ বাসস্থানৰ লগতে কেইবাবিধো দুষ্প্ৰাপ্য বন্য জীৱজন্তুৰ আৱাসভূমি হিচাপে পৰিচিত গিবন অভয়াৰণ্যখনত বেদান্...