January 1, 2025 9:05 PM
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে এজোপাও গছ নকটাকৈ ৰাজ্...