January 1, 2025 9:05 PM
11
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে এজোপাও গছ নকটাকৈ ৰাজ্যিক চিৰিয়াখানাৰ নতুন ৰূপ দিয়া হ'ব। এই প্ৰকল্পৰ জৰিয়তে বয়োজ্যেষ্ঠজনৰ বাবে চিৰিয়াখানা ভ্ৰমণৰ সময়ত হুইল চেয়াৰৰ ব্যৱস্থা কৰা হ'ব। চিৰিয়াখানাত উন্নতমানৰ এখন পশু চিকিৎসালয়ো নিৰ্মাণ কৰা হ'ব। চিৰিয়াখানাত আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা আবণ্টন দিছে বুলি মুখ্যমন্ত্ৰীয়ে ...