January 16, 2025 8:00 PM
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭-৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ পৰা বাছনি লাভ কৰা চলচ্চ...