January 16, 2025 8:00 PM

views 15

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭-৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ পৰা বাছনি লাভ কৰা চলচ্চিত্ৰসমূহৰ প্ৰদৰ্শন, সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল বাৰ্তালাপৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইৰানৰ চলচ্চিত্ৰ পৰিচালক বাবা খাজেহপাছাৰ In The Arms of the tree শীৰ্ষক চলচ্চিত্ৰখনৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। ইমতিয়াজ আলী, ৰীমা দাস, কবিৰ খান আৰু অ’নিৰ পৰিচালিত চলচ্চিত্র মাই মেলবৰ্ণৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ সামৰণি পৰিব...