July 16, 2025 10:13 PM July 16, 2025 10:13 PM
3
গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত শিশু মহোৎসৱত কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা শিশু মহোৎসৱৰ আজি সপ্তম দিনা কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা শিবিৰ অনুষ্টিত হয়। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি ৰোগীক সহায়ৰ হাত আগবঢ়াই অহা সমাজসেৱী সংগঠন প্ৰতিশ্ৰুতিৰ উদ্যোগত এই শিবিৰ মুকলি কৰা হয়। শিবিৰত বিশেষজ্ঞ চিকিৎসক ডাঃ যদুনাথ বুঢ়াগোহাঁই আৰু ডাঃ শিখা শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত পৰামৰ্শ দিয়ে। অসম প্ৰকাশন পৰিষদে এই ধৰণৰ শিবিৰ অনুষ্ঠিত কৰি ন...