August 9, 2025 11:07 PM August 9, 2025 11:07 PM

views 16

গুৱাহাটীৰ হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ৰ সূচী ঘোষণা

বিশ্ব বেডমিণ্টন ফেডাৰেচনে অহা ৬ৰ পৰা ১১ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ সাধন কেন্দ্ৰত হ'বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ৰ সূচী ঘোষণা কৰিছে । সুহান্দিনাটা কাপ Mixed Team Event হিচাপে পৰিচিত এই প্ৰতিযোগিতাত মুঠ ৩৭ খন দেশে দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহক মুঠ ৮ টা গ্ৰুপত ভাগ কৰা হৈছে । আয়োজক দেশ ভাৰতক হংকং, চীন, নেপাল আৰু ঘানাৰ সৈতে গ্ৰুপ H-ত স্থান দিয়া হৈছে। প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটো বাছনি কৰিবলৈ আজিৰেপৰা ...