March 25, 2025 7:10 PM March 25, 2025 7:10 PM
6
জৰ্জ কোৰিয়ানৰ আজি ৰাজ্যিক সংখ্যালঘু আয়োগৰ এখন সন্মিলন মুকলি
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী জৰ্জ কোৰিয়ানে আজি নতুন দিল্লীত ৰাজ্যিক সংখ্যালঘু আয়োগৰ এখন সন্মিলন মুকলি কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ শিক্ষা আৰু সৱলীকৰণৰ দিশত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত নীতি নিৰ্মাতা, বিশেষজ্ঞ আৰু অংশীদাৰসকলে সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণ আৰু সম-সুযোগ নিশ্চিত কৰাৰ বিষয়ত আলোচনাত ভাগ লৈছে। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নত ভৱিষ্যতৰ দিশত সহযোগিতামূলক প্ৰচেষ্টা, নীতি নিৰ্মাণ আৰু আলোচনাৰ বাবে...