July 1, 2024 6:51 PM
নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদীৰ সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ
নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে আজি পৰৱৰ্তী সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে৷ দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত জেনেৰেল দ্বিবেদীয়ে মাল্যাৰ্পণ কৰাৰ লগ...