May 9, 2024 9:10 PM

views 14

উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত

উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই আজি চিত্রকোটত আয়োজিত নির্বাচনী সভাত ভাষণ প্ৰসংগত কয় যে, জনসাধাৰণে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। শ্ৰী মোদী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে বুলিও তেওঁ মত প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ নেতাগৰাকীয়ে ফটেহপুৰত আয়োজিত আন এটা নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰাৰ কথা। তদুপৰি তেওঁ লক্ষ্ণৌ, উন্নাউ, মোহনলাল গঞ্জ আৰু ৰায়বেৰেলী লোকসভা সমষ্টিৰ দলৰ জ্যেষ্...