December 21, 2025 8:54 PM

views 22

চৰকাৰৰ ই-মার্কেটপ্লেছ মঞ্চ চমুকৈ GeMত বিগত মাহ পর্যন্ত ১১ লাখতকৈও অধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ এম এছ এম ই বিক্রেতাৰ নাম পঞ্জীয়ন

চৰকাৰৰ ই-মার্কেটপ্লেছ মঞ্চ চমুকৈ GeMত বিগত মাহ পর্যন্ত ১১ লাখতকৈও অধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ এম এছ এম ই বিক্রেতাৰ নাম পঞ্জীয়ন কৰা হৈছে। এই বিক্রেতাসকলে ৭ লাখ কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰীৰ যোগানৰ সুবিধা লাভ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি বিক্রেতাসকলে লাভ কৰা এই অৰ্ডাৰসমূহ GeMৰ জৰিয়তে লাভ কৰা অৰ্ডাৰৰ মূল্যতকৈ ৪৪ শতাংশ অধিক। উল্লেখযোগ্য যে GeM হৈছে এনেকুৱা এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, মহিলা উদ্যোগী, অনুসূচিত জাতি আৰু ...