August 4, 2025 12:52 PM
28
গীতা উপাধ্যায়ক ২০২৫ বৰ্ষৰ পদ্মশ্ৰী বঁটা অৰ্পণ
বিশিষ্ট লেখিকা, অনুবাদক তথা শিক্ষাবিদ গীতা উপাধ্যায়ক ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি তেওঁৰ তেজপুৰৰ বাসগৃহত সাক্ষাৎ কৰি ২০২৫ বৰ্ষৰ পদ্মশ্ৰী বঁটা অৰ্পণ কৰে। উল্লেখযোগ্য যে যোৱা মেত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত পদ্ম বঁটা প্ৰদান অনুষ্ঠানত স্বাস্থ্যজনিত কাৰণত সাহিত্যিকগৰাকী উপস্থিত থাকিব পৰা নাছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী ডাঃ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহল আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই শ্ৰীমতী উপাধ্যায়ৰ হাতত পদ্মশ্ৰী বঁটা অৰ্পণ কৰে । অসমীয়া আৰু ...