June 8, 2025 12:14 PM
পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ চমকপ্ৰদ সাফল্য
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি চমকপ্রদ সাফল্য কঢ়িয়াই আনিছে। গৱেষকৰ দলটোৱে পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘর্ষ ঘটাই এই অভিনৱ পৰীক্...