October 28, 2024 11:37 AM October 28, 2024 11:37 AM
3
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূজ-নালীয়া ৰে’লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প মুকলি কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ অমৰেলিৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভূজ-নালীয়া ৰে'লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰিব। প্ৰায় এহেজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে এই ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে। পশ্চিম ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৱিনীত অভিষেকে এই প্ৰকল্পই গুজৰাটৰ কচ্ছ অঞ্চলত অর্থনৈতিক কাম-কাজ ত্বৰান্বিত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুলভ তথা সুচল কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে। এই ব্যাপক পৰিসৰৰ প্ৰকল্পৰ অধীনত ২৪ খন বৃহৎ আৰু ২৫৪ ...