June 22, 2025 7:31 PM

views 16

সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত অ’ এন জি চিৰ

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ' এন জি চিৰ ৰীগৰ পৰা যোৱা ১১ দিনে হৈ থকা গেছ নির্গমন সম্পৰ্কত প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক কে এন চাংমাই সংবাদ মাধ্যমক সম্বোধন কৰি সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা বুলি জনায়। বিষয়াগৰাকীয়ে স্পষ্টকৈ কয়, যে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সহায়ত ঘটনাস্থলীত কাম চলি আছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পৰৱৰ্তী কেপি অভিযানৰ বাবে ৰীগটো সাজু কৰা হৈছে। গেছ নির্গমন কেতিয়া নিয়ন্ত্ৰণলৈ আহিব সেই সম্পর্কে এতিয়াও নিশ্চিতকৈ ক'ব নোৱাৰি বুলি উল্লেখ কৰি বিষয়া...

June 19, 2025 6:47 PM

views 27

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নির্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা ২০৪ নম্বৰ খাৰুৱা তেল খাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছত অ' এন জি চি কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিধায়ক অখিল গগৈয়ে গেছ নির্গমন ৰোধ কৰিব নোৱাৰাৰ বাবে অ' এন জি চি কৰ্তৃপক্ষক সমালোচন...