September 9, 2025 8:22 PM September 9, 2025 8:22 PM

views 10

গড়চুকৰ পামহি পাইকাৰী বজাৰত বিত্তীয় বিষয়ক সজাগতা সভা অনুষ্ঠিত

গুৱাহাটীৰ গড়চুকৰ পামহি পাইকাৰী বজাৰত আজি এখন বিত্তীয় বিষয়ক সজাগতা সভা অনুষ্ঠিত হৈ যায়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাণিৱাইছ চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেৰী প্ৰকল্পৰ অধীনত নাবাৰ্ডৰ তত্বাৱধানত ক্ৰিচিল ফাউণ্ডেশ্যনৰ সহযোগত এই সভাখন অনুষ্ঠিত হৈ যায়। বিত্তীয় দিশৰ বিভিন্ন বিষয় সামৰি অনুষ্ঠিত এই সভাখনত নাবাৰ্ডৰ সহকাৰী প্ৰৱন্ধক শ্যামল কুমাৰ, ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ আঞ্চলিক বিষয়া শ্বেলিং ৰাজাৰ লগতে আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ক্ৰিচিল ফাউক্যেশ্যনৰ আঞ্চলিক বিষয়া দুলন বৰুৱাই প্ৰদান ক...