October 4, 2025 6:28 PM

views 34

জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্রহণ এছ আই টিৰ

এছ আই টিয়ে আজি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্রহণ কৰে। তদন্তকাৰী বিষয়া মৰমী দাসে তেওঁলোকৰ ভাষ্য গ্রহণ কৰে। এই ঘটনা সন্দৰ্ভত আজি এছ আই টিয়ে জুবিন গাৰ্গৰ সহশিল্পী ছুইটি দাস আৰু সাংবাদিক প্ৰণয় বৰদলৈৰো ভাষ্য গ্রহণ কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধাপোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েছনৰ ...