January 19, 2026 12:45 PM

views 15

জুবিন গাৰ্গ সন্দর্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গার্গৰ এজাহাৰ দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দর্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে দীর্ঘ দিন ধৰি জুবিন গাৰ্গ সন্দর্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইপিনে হোজাই জিলাৰ লংকা হাইস্কুলৰ মহা ৰজত জয়ন্তীৰ কালি সামৰণি অনুষ্ঠানত বিশিষ্ট শিল্পী তৰালী শৰ্মাই অংশ লৈ জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে সম্পদ বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰে। তেওঁ লগতে ন্যায় প্ৰ...