June 22, 2025 11:36 AM
25
ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ
ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। জিলা আয়ুক্তই নিয়োগ কৰা বিষয়াই পঞ্চায়তৰ জনপ্রতিনিধিসকলক গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়। ইয়াৰ পাছতে সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যই গোপন ভোটৰ জৰিয়তে নিজ নিজ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতি নির্বাচন কৰে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বহু পাছত বিভিন্ন জিলাত পঞ্চায়ত গঠন প্ৰক্ৰিয়াত বিজেপিৰ মন্ত্ৰী, বিধায়কসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা প...