August 27, 2025 11:57 AM August 27, 2025 11:57 AM
11
মহাৰাষ্ট্ৰত সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক গণেশোৎসৱ উদযাপন
মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক হিচাপে গন্য কৰা গণেশোৎসৱৰ পালন উলহ-মালহেৰে আৰম্ভ হৈছে। ভগৱান গণেশৰ আগমনৰ দিনটোৰ উদযাপন ৰাইজে অতি উৎসাহেৰে শুভাযাত্ৰা আৰু পৰম্পৰাগতভাৱে ঢোল-বাদনেৰে আৰম্ভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা অনন্ত চতুর্দশী পর্যন্ত ১১টা দিন এই উদযাপন চলি থাকিব। গণেশোৎসৱক জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় কৰাৰ কৃতিত্ব লোকমান্য বাল গংগাধৰ তিলকক দিয়া হয়। ১৮৯৩ চনত পুনেত ব্ৰিটিছৰ অত্যাচাৰী শাসনৰ সময়ছোৱাত ভাৰতীয় জনসাধাৰণৰ মাজত একতা আৰু জাতীয়তাবাদৰ মনোভাৱ জগাই তোলাৰ প্ৰধা...