January 26, 2025 11:51 AM

views 18

সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৯৩ গৰাকী জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কালি সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৯৩ গৰাকী জোৱানক সাহসিকতা বঁটা আগবঢ়ায়। ইয়াৰ ভিতৰত এঘাৰগৰাকীক মৰনোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। বঁটা লাভ কৰাসকলৰ ভিতৰত ১৪ গৰাকী শৌৰ্য্য চক্র, এগৰাকীক সাহসিকতাৰ সেনা পদক, ৬৬ গৰাকীক সেনা পদক, দুগৰাকীক সাহসিকতাৰ নৌসেনা পদক আৰু ৮ গৰাকীক বায়ু সেনাৰ সাহসিকতাৰ পদক প্ৰদান কৰা হৈছে। মেজৰ মনজিত আৰু নায়ক দিলবাৰ খানক মৰনোত্তৰভাৱে কীৰ্তিচক্ৰ আগবঢ়োৱা হৈছে । শ্ৰীমতী মুৰ্মুৱে লগতে ৩...