September 30, 2025 8:00 PM

views 36

সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ গুৰুত্ব আৰোপ

সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। স্পেইনত অনুষ্ঠিত সাংস্কৃতিক নীতি আৰু বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ অধ্যক্ষ হিচাপে শ্ৰী শেখাৱটে অংশগ্ৰহণ কৰে। ইউনেস্ক'ই আহ্বান কৰা এই অনুষ্ঠানত বিশ্ব বিভিন্ন প্ৰান্তৰ মন্ত্ৰী আৰু সাংস্কৃতি নেতাসকলক একত্ৰিত কৰি বিশ্ব সাংস্কৃতিক নীতিৰ ভৱিষ্যৎ গঢ় দিয়া হয়। এই সন্মিলনৰ উপৰিও মন্ত্ৰীগৰাকীয়ে স্পেইন, ইৰাণ, নৰ...

September 11, 2025 8:35 PM

views 24

নতুন দিল্লীত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে সাংস্কৃতিক নৱজাগৰণৰ এটা পৰ্যায়ৰ মাজেৰে গতি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত জ্ঞান ভাৰতম্ আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে এই কথা ব্যক্ত কৰে। জ্ঞান ভাৰতম্ হৈছে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন আৰু প্ৰচাৰৰ বাবে উৎসর্গিত এটা পদক্ষেপ। শ্ৰী শেখাৱটে কয় যে জ্ঞান ভাৰতম্ অভিযানৰ লক্ষ্য হৈছে ভাৰতৰ পাণ্ডুলিপিক ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, এই অভিযানৰ অধীনত ২৫ টা ক্...

June 10, 2025 8:03 PM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছেঃ গজেন্দ্র সিং শেখাৱট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্রকাশ কৰিছে। মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চেন্নাইত আজি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত এখন নিৰাশাৰ ৰাষ্ট্ৰৰ পৰা উজ্বল ভৱিষ্যতলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয়, যে যোৱা ১১ বছৰত দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা হৈছে আৰু ভাৰতে সেৱা, সুশাসন আৰু জনসাধাৰণৰ কল্যাণৰ জৰিয়তে অমৃতকালত প্ৰৱেশ কৰাৰ দিশত উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰিছে।

April 23, 2025 8:29 PM

views 29

উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰঃ গজেন্দ্ৰ সিং শেখাৱাট

পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পুৰাতত্ত্ব উপদেষ্টা পৰিষদৰ ৩৮সংখ্যক বৈঠকত মন্ত্ৰীজনে এই মন্তব্য কৰিছে। বৈঠকত সভাপতিত্ব কৰা কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰৰ ঐতিহ্য আৰু ঐতিহাসিক স্মৃতিসৌধসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতীয় শ্রীলংকাত শেহতীয়াকৈ চিকুনগ...

September 3, 2024 11:58 AM

views 17

গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ বিশেষ সন্মিলন অনুষ্ঠিত

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত কালি মেঘালয়ৰ শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটন মন্ত্রীসকলেও অংশগ্রহণ কৰে। সন্মিলনত শেখাৱাটে কয় যে, দেশৰ পৰ্যটনৰ সামগ্রিক বৃদ্ধি আৰু উন্নয়নৰ বাবে মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই বৈঠকৰ জৰিয়তে বিশ্...

July 31, 2024 5:47 PM

views 23

দেশৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত চৰকাৰে প্ৰচেষ্টা চলাই আছে : গজেন্দ্র সিং শ্বেখাৱটে

কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে দক্ষতা নির্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্যক সংৰক্ষণৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ শলাগ লয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শ্বেখাৱটে কয় যে, ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত কৰাটো হৈছে জি-২০ৰ অধ্যক্ষতাৰ পাছত ভাৰতৰ সামৰ্থ বৃদ্ধি প্ৰদৰ্শন কৰাৰ এটা উদাহৰণ। উল্লেখযোগ্য যে ২১ জুলাইত আৰম্ভ হোৱা এই সমিতিৰ বৈঠকৰ আজি অন্ত পৰিব। শ্ৰী শ্বেখাৱটে লগতে উল্লেখ কৰে যে, চৰকাৰে যিমান সম্ভৱ বহ...