May 9, 2025 11:45 AM
গহপুৰ-নুমলীগড় সংযোগী ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ নিৰ্মাণৰ সকলো দিশতে সুৰক্ষা ক্ৰয় পৰিষদৰ অনুমোদন
ৰাজ্যৰ প্ৰথমটো সুৰংগ পথ গহপুৰ-নুমলীগড় সংযোগী ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব। সুৰক্ষা পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সুৰক্ষা ক্ৰয় পৰিষদে সকলো দিশতে অনুমোদন জনোৱ...