June 17, 2025 7:49 PM
কানাডাত অনুষ্ঠিত জি-৭ শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ প্ৰত্যাৱৰ্তন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজৰ বৰ্ধিত সংঘৰ্ষৰ বাবে কানাডাত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলন আধাতে সামৰি ৱাছিংটনলৈ উভতি গৈছে। বিশ্বনেতাসকলে পশ্...