November 20, 2024 11:31 AM November 20, 2024 11:31 AM
5
১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ ব্রাজিলৰ ৰিঅ’ ডি জেনেৰোত সামৰণি
১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ কালি ব্রাজিলৰ ৰিঅ' ডি জেনেৰোত সামৰণি পৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ হাতত অৰ্পণ কৰে। সামৰণি ভাষণত ৰাষ্ট্ৰপতি লুলাই ব্রাজিলৰ অধ্যক্ষতাত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এনে পদক্ষেপৰ ভিতৰত ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় জোঁটৰ শুভাৰম্ভ, কৰ আৰোপন সন্দৰ্ভত নজিৰবিহীন বিতর্ক, বিত্ত মন্ত্ৰালয় আৰু কেন্দ্ৰীয় বেংকসমূহৰ কাৰ্যসূচীত জলবায়ু পৰিৱৰ্তনৰ অন্তৰ্ভুক্তি আৰু জৈৱ অৰ্থ...