October 18, 2025 9:05 PM
23
নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত ১৬৪সংখ্যক ফুলগুৰি ধেৱা দিৱস পালন
আজি ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস। নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি কেইবাটাও কাৰ্যসূচীৰে ১৬৪ সংখ্যক ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস পালন কৰা হয়। ধেৱা উদযাপন সমিতিৰ সভাপতি প্রবীন হাজৰিকাই পুৱা কৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুলগুৰি ধেৱা স্মৃতি সৌধত বন্তি প্রজ্বলন কৰে। মন্ত্ৰীগৰাকীয়ে ফুলগুৰি ধেৱা ব্ৰিটিছ শাসনৰ এক কৰুণ কাহিনী বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱাশী...