November 11, 2025 12:58 PM
32
ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ লক্ষ্যসেন আৰু এইচ এছ প্রণয়ে জাপানত আজি হ’বলগীয়া কুমাম’ত’ মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত দেশক নেতৃত্ব দিব
ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ লক্ষ্যসেন আৰু এইচ এছ প্রণয়ে জাপানত আজি আৰম্ভ হ'বলগীয়া কুমাম’ত’ মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত দেশক নেতৃত্ব দিব। অলিম্পিক ছেমি ফাইনেলিষ্ট লক্ষ্যই স্থানীয় তাৰকা খেলুৱৈ ক’কি ৱাটানাবেৰ বিৰুদ্ধে আৰু প্ৰণয় মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ একক শাখাত আয়ুষ চেট্টি, কিৰণ জৰ্জ আৰু থাৰুণ মন্নেপল্লীয়েও ভাৰতক প্ৰতিনিধিত্ব কৰিব। মহিলাৰ একক শাখাত ১৭ বছৰীয়া নাইছা কৌৰে যোগ্যতা নির্ণয়কাৰী এখন খেলত আজি ভাগ ল'ব। মিক্সড ডাবলছত ৰোহন কাপুৰ আ...