August 15, 2025 8:18 PM

views 37

ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ শুভেচ্ছা জ্ঞাপন

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৱে প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমেক্ৰ'ৱে ২০৪৭ চন আৰু তাৰ আগলৈ ও ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় হ'ব বুলি আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে যোৱা মাহত ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক মন্ত্ৰী জন নোয়েল বেৰটে কৈছিল যে ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্ক বিশ্বাসৰ ভেটিতেই হৈছে বিশ্বাস।