June 7, 2025 10:22 AM June 7, 2025 10:22 AM

views 12

ফ্রেন্স অ’পেন টেনিছ প্রতিযোগিতাত মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবালেংকাই কোকো গ’ফৰ বিৰুদ্ধে খেলিব

ফ্রেন্স অ'পেন টেনিছ প্রতিযোগিতাত আজি সন্ধিয়া মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবালেংকাই কোকো গ’ফৰ বিৰুদ্ধে খেলিব। বেলাৰুছৰ ছাবালেংকাই পোলেণ্ডৰ খেলুৱৈ তথা বিশ্বৰ পঞ্চম স্থানত থকা খেলুৱৈ ইগা শুইটেকক ৭-৬, ৪-৬, ৬-০ চেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকাৰ খেলুৱৈ গ’ফে ছেমিফাইনেলত ফ্ৰান্সৰ অছিড ল’ইছ বয়ছনক ৬-১, ৬-২ চেটত পৰাস্ত কৰে। পুৰুষৰ একক শাখাত বিশ্বৰ ১ নম্বৰ স্থানত থকা জানিক ছিনাৰে দুই নম্বৰ স্থানত থকা খেলুৱৈ কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলিব। ইটালীৰ ছিনাৰে ছাৰ্বিয়াৰ ন'ভাক জ’কভি...

June 1, 2025 3:42 PM June 1, 2025 3:42 PM

views 19

ফ্ৰেন্স অপেন টেনিছত নভাক জ’ক’ভিছ আৰু জানিক চিনাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

■ নভাক জ’ক'ভিছ আৰু বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা জানিক চিনাৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈ যোৱা নিশা নিজৰ নিজৰ খেলত জয়লাভেৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলুৱৈ জীৱনৰ ২৫ সংখ্যক গ্ৰেণ্ডস্লাম বিজয়ৰ লক্ষ্যৰে ফ্ৰেন্স অপেনত প্ৰতিদ্বন্দিতা কৰা নভাক জ'ক'ভিছে অষ্ট্ৰেলিয়াৰ ফিলিপ মিছ'লিকক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ কেমেৰ'ন নুৰিৰ বিৰুদ্ধে খেলিব। আনহাতে, জানিক চিনাৰে চেকোশ্লোভাকিয়াৰ জিৰি লেহেকাক ৬-০, ৬–১, ৬–২ ছেটত পৰাস...

June 4, 2024 11:00 AM June 4, 2024 11:00 AM

views 18

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছত ৰোহন বোপান্না-মেথিউ এবডেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাই ব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল বেয়েছ ভালোৰ যুটীটোক ৬-৭, ৬-৩ আৰু ৭-৬ ফলাফলত পৰাজিত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোক দশম বাছনিপ্রাপ্ত বেলজিয়ামৰ ছেণ্ডাৰ গিলে আৰু জোবান ভুগেনৰ মুখামুখি হ'ব।