February 11, 2025 8:50 PM February 11, 2025 8:50 PM
10
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত প্রধানমন্ত্রী মোদীৰ সহ-অধ্যক্ষতা
প্রধানমন্ত্রী নৰন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ-অধ্যক্ষতা কৰিব। তেওঁ লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মেত্ৰুৰ লগতে অন্যান্য নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকতে কৃত্রিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি-সহযোগিতা আদি বিভিন্ন খণ্ডত দেশ দুখনৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। দ্বি দেশীয় ভ্রমণসূচীৰ প্ৰথম স্তৰত কালি প্ৰধানমন্ত্ৰী মোদী ফ...