July 27, 2024 9:26 PM July 27, 2024 9:26 PM
12
ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ পৃথ্বী ভৱনৰ মুখ্য কাৰ্যালয়ত ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ২০০৬ চনৰ ১৭ জুলাইত প্ৰতিষ্ঠা হোৱা এই মন্ত্ৰ্যালয়টোৱে প্ৰায় দুটা দশকজুৰি ভূ-বিজ্ঞান ব্যৱস্থাপনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ ছুড় এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰনে কয় যে, ১৮ বছৰ ধৰি এই বিভাগটোৱে যথেষ্ট কৃতিত্ব অর্জন কৰি আহিছে। তেওঁ লগতে কয় যে, ...