December 28, 2024 10:54 AM
প্রাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব
বৃহস্পতিবাৰৰ নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন...