December 28, 2024 10:54 AM

views 12

প্রাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব

বৃহস্পতিবাৰৰ নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সম্পূর্ণ সামৰিক সন্মানেৰে ড০ সিঙৰ ৰাষ্ট্রীয় মর্যাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক অনুৰোধ জনাইছে। ইফালে কংগ্ৰেছ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়, যে নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি পুৱা চাৰে ৯ বজাত প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। কং...