December 27, 2024 6:19 PM
কলিয়াবৰত নৰখাদক বাঘ ধৰাৰ বাবে বন বিভাগৰ অভিযান আৰম্ভ
যোৱা শনিবাৰে কলিয়াবৰ চাহ বাগিচাৰ এজন শ্রমিক বাঘৰ আক্ৰমণত নিহত হোৱাৰ পাছত বন বিভাগে এই নৰখাদক বাঘটো ধৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। শালনা সংমণ্ডলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ উদ্ধৃতি দি আমাৰ নগ...