September 30, 2025 11:26 AM

views 37

ভূটানৰ বৈদেশিক সচিব ওম পেমা ছডেনৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্ৰীৰ বৈঠক

বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে নতুন দিল্লীত কালি ভূটানৰ বৈদেশিক সচিব ওম পেমা ছডেনৰ সৈতে বৈঠকত মিলিত হয়। বৈদেশিক মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জনাই যে দুয়োপক্ষই দ্বিপাক্ষিক যোগাযোগ আৰু সহযোগিতাৰ ক্ষেত্ৰখনত লাভ কৰা অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ভূটানৰ মাজত ৰে'ল সংযোগ স্থাপনৰ বাবে এখন আন্তঃচৰকাৰী বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখনত কোকৰাঝাৰ আৰু গেলেফু তথা বানাৰহাট আৰু ছামছেৰ সংযোগ সীমা অতিক্ৰম কৰি ৰে'ল সংযোগ স্থাপনৰ বিষয়ে পৰিকল্পনা কৰা হয়। এই আঁচনি হৈছে দু...