February 26, 2025 8:05 PM

views 17

দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী-বিদেশী বিনিয়োগকাৰীসকলৰ অসমৰ বিভিন্ন স্থান পৰিদৰ্শন

দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী-বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে। ছিংগাপুৰৰ ৰাষ্ট্রদূত আৰু উচ্চ পদস্থ ব্যৱসায়িক প্ৰতিনিধিৰ এটা দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডত নির্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে মালয়েছিয়া, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ প্ৰতিনিধিসকলেও এই প্রকল্প পৰিদৰ্শন কৰে। দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিৰ এটা দলে আজি পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী কৰে। বিদেশৰ প্ৰতিনিধি দলসমূহে শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন কৰাৰ উ...