November 9, 2025 7:29 PM November 9, 2025 7:29 PM
23
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। উল্লেখযোগ্য যে ৰাইজৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ বাবে প্রধানমন্ত্রী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত সমগ্র দেশতে বিনামুলীয়া চাউলৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আ...